বৰ্তমান সময়ত ইন্টাৰনেটৰ প্ৰতি বাঢ়ি অহা ধাওতিৰ প্ৰতি লক্ষ্য ৰাখি সাহিত্য প্ৰেমী কেইজনমানৰ প্ৰচেষ্টা তথা আগ্ৰহৰ ফলস্বৰূপে ন কৈ গঢ় লৈ উঠিছে প্ৰায় শতাধিক অসমীয়া ব্লগচাইট , এইয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিশ্চিত ভাৱে সুখবৰ আৰু লগতে গৌৰৱৰ বিষয় । আমি আশা কৰিব পাৰোঁ যে এই পদক্ষেপে অসমীয়া জাতি তথা সাহিত্য সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰিব । তলত অসমীয়া ব্লগচাইট সমূহৰ এখন চমু তালিকা আগবঢ়োৱা হ'ল ।

••••••••••••••••••••••••••••••••••••••••••••••••••••••
©Bloglist

১৷আকাশ , গুঞ্জন , অসমীয়া
(যামিনী অনুৰাগ)

২৷মোৰ অন্তৰৰ দুৱাৰ (মনোজ মন কলিতা)

৩৷স্পন্দন (বিশ্বজিৎ নাথ)

৪৷ ভগৎ লাল দত্তৰ ব্লগঃ www.lalinc.info

৫৷আমি অসমীয়া (মনজিৎ নাথ)

৬৷মন কহুৱা বন (বৰ্ণালী দেউৰী বৰা)

৭৷প্ৰত্যাশা (অঞ্জল বৰা)

৮৷খাৰ নোখোৱাৰ কলম
(আক্লান্তিকা শইকীয়া)

৯৷যি মন যায় , বিজ্ঞানৰ বিচিত্ৰ কথা
(ড. প্ৰবোধ বৰা)

১০৷জালপঞ্জী (বিক্ৰম ম বৰুৱা)

১১৷অনুভূতিৰ ভৰপক (পংকজ বৰা)

১২৷অলিন্দ , এই সময়ত (পংকজ
জ্যোতি মহন্ত)

১৩৷অসমীয়া ব্লগ , যাযাবৰ (প্ৰিয়াংকু
শৰ্মা)

১৪৷অসম

১৬৷ জীৱনৰ বাটত

১৭৷ এটি অসমীয়া ব্লগ

১৮৷বর্ণমালা (পল্লৱ প্রাণ গোস্বামী)

১৯৷মোৰ কবিতা (কাঞ্চন গগৈ)

২০৷মোৰ ভাৱৰ বুৰবুৰণি (চৈতন্য ভৰদ্বাজ)

২১৷সুগন্ধি পখিলা (প্ৰথম
অসমীয়া সমূহীয়া ব্লগ)

২২| মোৰ হৃদয়ৰ কুঠৰী (ৰিদিপ কুমাৰ নাথ)

২৩| অসমীয়া কৌতুক আৰু গাজা

২৪| ইত্যাদি ,
"বিষ্ণুৰাভা সংগীত"ৰলিপি (হৃষীৰাজ
শৰ্মা)

২৫) হীৰেন ভট্টাচাৰ্যৰ ব্লগ পৄষ্ঠা

২৬) " হেৰাই যোৱা দিনবোৰ" ,
গাজাৰী (শান্তনু চাংমাই)

২৭) একাবেকা- অসমীয়া ভাষাত বা-
বাতৰি

২৮) ইপাৰে জীৱন - সিপাৰে মৃত্যু
(উচ্চজিৎ কলিতা)

২৯) সত্ত্বা..... এক অবিৰত যাত্রা..
(মিতালী বর্মন)

৩০) স্বস্ত্যয়ন (সুস্মিতা বৰা)

৩১) অৱকাশ (মনোৰঞ্জন মজুমদাৰ)

৩২) নীলিম কুমাৰৰ ব্লগ পৄষ্ঠা

৩৩) তৰংগ (দিপাংকৰ চেতিয়া)

৩৪) বুলজিৎ বুঢ়াগোহাঁইৰ ব্ল'গ

৩৫) অৰুণজ্যোতি দাসৰ ব্ল'গ

৩৬) ভগ্নাংশ নিৰ্মাণ (মৃণাল
জ্যোতি গোস্বামী)

৩৭) নিয়ৰপৰশ (চন্দন চিৰিং ফুকন)

৩৮) অনুভৱ (বিৰিঞ্চি বৰা)

৩৯) অনুভৱৰ কাঁচিয়লি ৰ'দত জলি বৰা

৪০) কৌষিক বৰাৰ ব্ল'গ

৪১) স্পন্দন (অৰূপজ্যোতি বৰা)

৪২) তামোল-পাণ , মোৰ
যাযাবৰী যাত্ৰা (মাধব শইকীয়া)

৪৩) হেৰাই যোৱা দিনবোৰ (শান্তনু
চাংমাই)

৪৪) মিলন সাঁকো , ( প্ৰতীম প্ৰতাপ
বৰুৱা)

৪৫) অনুভৱৰ বৰষুণ (Madhurima Gh)

৪৬) মোৰ ভাৱৰ বুৰবুৰণি
(প্ৰনৱজ্যোতি দাস)

৪৭) মোৰ আকাশ মোৰ মানুহ (দীপুল
হালৈ)

৪৮) জীয়াভৰলী

৪৯) শব্দ বৰষুণ... (ধ্ৰুৱজ্যোতি শৰ্ম্মা)

৫০) ...মোৰ তুলিকাৰ পৃথিৱী
(ৰূপালী গগৈ বৰুৱা)

৫১) ৰঙা চিয়াঁহী (অজয় লাল দত্ত )

৫২) বিক্ষিপ্ত (গীতাৰ্থ বৰদলৈ)

৫৩) মূৰ্চ্ছনা , Shooting killer ,
অসমীয়া মডেল জগৎ ,
চাৰিআলি উচ্চতৰ মাধয়মিক আৰু
বহুমুখি বিদ্যালয় (দ্বিজেন মহন্ত)

৫৪) Candid Chronicles , সাতসৰী
(অভিজিত কলিতা)

৫৫) গুণগুণ (মালক্ষ্মী বৰঠাকুৰ ভাগৱতী)

৫৬) নিয়ৰ....টোপ টোপ (কৌশিক বৰা)

৫৭) যাত্ৰা.... , (ঈশানজ্যোতি বৰা)

৫৮) হৃদয়ৰ আঁৰে আঁৰে (পঞ্চানন বড়া)

৫৯) হীৰেন ভট্টাচাৰ্য (Hiren
Bhattacharyya) বিষ্ণু শইকীয়া

৬০) অনুভৱ (নিতুল বৰা)

৬১) মোৰ অনুভৱৰ নিয়কণাবোৰ...
(প্ৰদ্যুতজ্যোতি শইকীয়া)

৬২) ৰক্তিম..গীতেৰে..কথাৰে.. (ৰক্তিম
গোস্বামী)

৬৩) মোৰ যাযাবৰী যাত্ৰা (মাধৱ
শইকীয়া)

৬৩) কৰণি (চন্দ্ৰমা কলিতা)

৬৪) অসমীয়া Online

৬৫) ফুং-ফাং বেবেৰিবাং (সামন্ত
কুমাৰ গোস্বামী)

৬৬) অনুভৱ (বিদুল বৰুৱা)

৬৭) হৃদয়ৰ সংলাপ (অৰ্নৱ মুকুট বৰুৱা)

৬৮) মোৰ ভাৱনাৰ বুৰবুৰণি
(প্ৰনৱজ্যোতি দাস)

৬৯) অনুভৱৰ বৰষুণ (মাধুৰিমা ঘৰফলীয়া)

৭০) গুণ গুণ ... (হৃদয়ৰ এমুঠি ৰাগ)
(চন্দনজ্যোতি ভূঞাঁ)

৭১) অবিশ্ৰান্ত (প্ৰতিভু দত্ত)

৭২) ভূপেন শইকীয়াৰ ব্ল'গ ( http://
bhupensaikia.blogspot.com )

৭৩) টুৱাৰাম দত্তৰ ব্ল'গ ( http://
tuwaramdutta.blogspot.in/ )

৭৪) সেউজীয়া চৰাই (বিতুপন গগৈ)

৭৫) সীমাৰ পৰিধি (জ্যোতিপ্ৰকাশ
নাথ)

৭৬) ডুখৰীয়া কিছু কথা (সুৰজিৎ নেওগ)

৭৭) জীৱনৰ আদিপাঠ আৰু অনুভৱ( শশীমাই
শইকীয়া দত্ত)

৭৮) ডঃ সত্যকাম ফুকনৰ ব্লগঃ http://
drsatyakamphukan.wordpress.com

৭৯) নীলাঞ্জনা মহন্তৰ
ব্লগঃ বৰদৈচিলা http://nila-
blue.blogspot.in/

৮০) দেৱ প্ৰতীম হাজৰিকাৰ
ব্লগঃ http://luitporiyadev.wordpress.com/

৮১)দিগন্ত শইকীয়াৰ ব্লগ http://
akansya.blogspot.in

৮২)নিলোৎপল নেওগৰ ব্লগ
: আৰোহণ , অসম ডাউনলোড , কুইক্ নিউজ

ইয়াৰোপৰি কেইখনমান অসমীয়া ই আলোচনী( E Magazines )ৰ নাম আৰু ৱেব সূত্ৰ দিয়া হ'ল-

আৰম্ভণি

অনুভৱ

অসমীয়াৰ সুখদুখ

আই

তীৰভূমি

॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥

এই সম্পৰ্কে অধিক তথ্যৰ বাবে তলৰ লিংকটো অনুসৰণ কৰিব
|                           |                        |
|                           |                        |
|                           |                        |
|____________     |    ___________|
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥
FOLLOW .









                                         _________________
                                           সংগ্ৰাহক:আৰোহন
••••••••••••••••••••••••••••••••••••••••••••••••••••••

No comments:

Post a Comment