৩০ মে' ২০১৪ ত মুক্তি লাভ অসমীয়া চলচ্চিত্র জিলমিল জোনাক

আজি অসমৰ ২২টা চিত্ৰগৃহত
মুক্তি লাভ কৰিব "জিলমিল জোনাক"
নামৰ নতুন অসমীয়া ছবিখনে।
ডঃ ডেইজী গগৈৰ প্ৰযোজনাত হৰেন
ৰাজখোৱাৰ কাহিনীৰে ছবিখনত
যতীন বৰা, নিশিতা গোস্বামী, ৰাগ
ঐনিতম, শ্যামন্তিকাৰ লগতে অসমৰ
আগশাৰীৰ শিল্পীসকলে অভিনয়
কৰিছে। সংগীত পৰিচালনা মানস
ৰবিনৰ, আৱহ সংগীত অনুৰাগ শইকীয়াৰ।
শিৱানন বৰুৱাৰ পৰিচালনাৰ এই ছবিখনৰ
কিছু দৃশ্যগ্ৰহণ
থাইলেণ্ডতো কৰা হৈছে।

No comments:

Post a Comment